INTERNATIONAL JOURNAL OF NOVEL RESEARCH AND DEVELOPMENT International Peer Reviewed & Refereed Journals, Open Access Journal ISSN Approved Journal No: 2456-4184 | Impact factor: 8.76 | ESTD Year: 2016
Scholarly open access journals, Peer-reviewed, and Refereed Journals, Impact factor 8.76 (Calculate by google scholar and Semantic Scholar | AI-Powered Research Tool) , Multidisciplinary, Monthly, Indexing in all major database & Metadata, Citation Generator, Digital Object Identifier(DOI)
সাৰাংশ ঃ আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱা অন্যতম সুকীয়া ব্যাক্তিত্বৰ অধিকাৰী ৷ তেখেতৰ ভাৱ-চিন্তা, কৰ্ম আদিয়ে তেখেতক এগৰাকী মহান মানৱৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ সমান্তৰালকৈ আন বহুততকৈ সুকীয়া হিচাপে তেওঁৰ পৰিচয় দিয়ে ৷ সাহিত্যৰ প্ৰায় প্ৰতিটো দিশতে অৱদান আগবঢ়োৱা বেজবৰুৱাই তেখেতৰ সাহিত্যৰাজিক বিশেষতঃ সমাজৰ তথা মানুহৰ সমস্যা, দুখ-দুৰ্গতি,হাঁহি-আনন্দ আদি দিশসমূহৰ বৰ্ণনাৰে সমৃদ্ধ কৰিছে ৷ তেনে সামাজিক সমস্যা প্ৰতিফলিত তেখেতৰ এটি উল্লেখযোগ্য গল্প হৈছে ললিতী কাকতী ৷ গল্পটি মূলতঃ সমাজত নাৰীৰ সমঅধিকাৰ, মৰ্যদা সম্পৰ্কীয় সচেতন কাহিনীৰে সমৃদ্ধ বেজবৰুৱাৰ এটি অন্যতম সৃষ্টি ৷ স্বামীৰ দ্বাৰা অৱহেলিত হোৱা ললিতী কাকতী নামৰ এগৰাকী নাৰীৰ কৰুণ কাহিনী গল্পটিত লিপিবদ্ধ হৈছে আৰু এই অৱহেলা, অনাদাৰৰ বিৰুদ্ধে ললিতীৰ যি যুক্তি, পদক্ষেপ তাক গল্পকাৰে সুন্দৰকৈ প্ৰকাশ কৰিছে ৷ ললিতীৰ মাজেৰে প্ৰকাশিত ক্ষোভ, বিদ্বেষ আদিয়ে গল্পকাৰৰ নাৰী চেতনাক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে ৷
Keywords:
মূখ্য শব্দ ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প, নাৰী, নাৰীৰ অধিকাৰ, নাৰীচেতনা, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা
Cite Article:
"Lakshminath Bezbaruaar Laliti Kakati Galpat Prakakhita Nari Cetana", International Journal of Novel Research and Development (www.ijnrd.org), ISSN:2456-4184, Vol.8, Issue 11, page no.a522-a525, November-2023, Available :http://www.ijnrd.org/papers/IJNRD2311058.pdf
Downloads:
000118753
ISSN:
2456-4184 | IMPACT FACTOR: 8.76 Calculated By Google Scholar| ESTD YEAR: 2016
An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 8.76 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator
Facebook Twitter Instagram LinkedIn