INTERNATIONAL JOURNAL OF NOVEL RESEARCH AND DEVELOPMENT International Peer Reviewed & Refereed Journals, Open Access Journal ISSN Approved Journal No: 2456-4184 | Impact factor: 8.76 | ESTD Year: 2016
Scholarly open access journals, Peer-reviewed, and Refereed Journals, Impact factor 8.76 (Calculate by google scholar and Semantic Scholar | AI-Powered Research Tool) , Multidisciplinary, Monthly, Indexing in all major database & Metadata, Citation Generator, Digital Object Identifier(DOI)
সাৰাংশ - বিপ্লৱী সত্তাৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সাহিত্যজগতৰ অন্যতম এটি জ্যোতিষ্ক৷ সাহিত্যৰ প্ৰায় প্ৰতিটো শাখাতে তেওঁৰ অৱদান অতুলনীয়৷ জনতাৰ কল্যাণকামী ভাৱনাৰে সিক্ত বিষ্ণুৰাভাৰ সাহিত্যৰাজিও মূলতঃ সৰ্বসাধাৰণ মানুহৰ পক্ষে ৰচিত তথা উছৰ্গিত৷ কবিতা, নাটক, গীত, উপন্যাস, প্ৰবন্ধ সাহিত্য আদি তেওঁ নিজৰ সৃষ্টিশীলতাৰ পৰশেৰে সুবাসিত কৰাৰ সমান্তৰালকৈ গল্পসাহিত্যৰ ক্ষেত্ৰখনতো নিজৰ ভাৱ তথা চিন্তা-চেতনাৰ বীজ ৰোপণ কৰিছিল৷ সুকীয়া চিন্তা-চেতনাৰে সমৃদ্ধ তেখেতৰ এটি অন্যতম গল্প হৈছে ‘সোণপাহি’৷ গল্পটি নাৰীমুক্তিৰ চিন্তা-চেতনাৰে প্ৰোজ্জ্বল৷ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশা তথা কিদৰে নিজৰ সমঅধিকাৰৰ হকে যুঁজ দি নতুন সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হৈছে তাৰ সুন্দৰ বৰ্ণনা গল্পটিত প্ৰকাশিত হৈছে৷ গল্পটিৰ মাজেৰে ৰাভাদেৱৰ প্ৰগতিশীল চিন্তা-চেতনাৰো প্ৰকাশ ঘটিছে৷
Keywords:
মূখ্য শব্দ - নাৰী স্বাধীনতা, বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প, সমাজবাদী আদৰ্শ, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা, আন্দোলন
Cite Article:
"Bishnuprasad Rabhar Galpa 'Khonpahi't Prakakhita Narimukti Cetana", International Journal of Novel Research and Development (www.ijnrd.org), ISSN:2456-4184, Vol.8, Issue 10, page no.d518-d521, October-2023, Available :http://www.ijnrd.org/papers/IJNRD2310370.pdf
Downloads:
000118759
ISSN:
2456-4184 | IMPACT FACTOR: 8.76 Calculated By Google Scholar| ESTD YEAR: 2016
An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 8.76 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator
Facebook Twitter Instagram LinkedIn